ক’ৰণাৰ নতুন ৰূপ XE

 04/04/2022 - 16:06

 

নিউজ ডেস্কঃ নতুন ৰূপত ক’ৰণা৷ ক’ৰণাৰ নতুন ভেৰিয়েন্ট আৱিস্কাৰ৷ অমিক্ৰণতকৈও ভয়াবহ ক’ৰণাৰ এই নতুন ৰূপ৷ ক’ভিডৰ নতুন ভেৰিয়েণ্ট XE ৷ WHO ৰ বিশ্ববাসীক সতৰ্কবানী৷ OMICRON তকৈ অধিক সক্ৰমক XE ৷ ব্ৰিটেইনত উদ্ধাৰ হৈছে XE ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।