ইণ্ডোনেছিয়াৰ পূব প্ৰদেশৰ উত্তৰ মালুকু অঞ্চলত ভূমিকম্পৰ জোকাৰণি

 04/05/2022 - 12:57

 


নিউজ ডেস্কঃ মঙলবাৰে পুৱাই ইণ্ডোনেছিয়াৰ পূব প্ৰদেশৰ উত্তৰ মালুকু অঞ্চলক এক ভূমিকম্পই অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০। স্থানীয় সময় অনুসৰি পুৱা ৮-৪৪ বজাত অনুভূত হৈছিল এই কম্পন। এই ভূমিকম্পত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।