অন্যন্যা আৰু ইশানৰ মাজত বিচ্ছেদ

 04/05/2022 - 14:45

 


নিউজ ডেস্কঃ বলিউডৰ অভিনেত্ৰী অন্যন্যা পাণ্ডে আৰু অভিনেতা ইশান খাট্টাৰৰ তিনি বছৰীয়াৰ সম্পৰ্কৰ যৱনিকা৷ বুজাপৰাৰ মাজেৰে তেওঁলোকৰ তিনি বছৰীয়া সম্পৰ্কৰ যৱনিকা পেলাইছে৷ দুয়োৰে বিচ্ছেদে অনুৰাগীক দুখিত কৰি তুলিলেও তেওঁলোক ভৱিষ্যতে বন্ধুত্ব অটুট ৰাখিব বুলিও ঘোষণা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।