১৩ মুছলমান ছাত্ৰীক ধৰ্ষণ কৰা শিক্ষকক দিয়া হ'ল মৃত্যুদণ্ড

 04/05/2022 - 17:32

 

নিউজ ডেস্কঃ এখন ইছলামধৰ্মী বিদ্যালয়ত সংঘটিত হৈছিল ধৰ্ষণকাণ্ড। ২০১৬-২১ চনৰ ভিতৰত শিক্ষকে ধৰ্ষণ কৰিছিল ১৩ ছাত্ৰীক। ধৰ্ষণকাৰী শিক্ষকক দিয়া হ'ল মৃত্যুদণ্ড। আদালতে ন্যায় দিলে ১৩ মুছলমান ছাত্ৰীক। ধৰ্ষণকাৰী শিক্ষকজনৰ নাম হেনৰী উৰাৱান।ইণ্ডোনেছীয়াৰ এখন ইছলামিক স্কুলত কৰ্মৰত আছিল হেনৰী। দুখীয়া মুছলমান ছাত্ৰীসকলক বিনামূলীয়াকৈ ৰখা, পঢ়োৱা হয় এই বিদ্যালয়খনত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।