হিমাচল প্ৰদেশতো নৱম শ্ৰেণীৰ পৰা বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ভাগৱত গীতা

 04/05/2022 - 20:31

 

নিউজ ডেস্কঃ গুজৰাটৰ পাছত হিমাচল প্ৰদেশতো নৱম শ্ৰেণীৰ পৰা বিদ্যালয়ৰ পাঠ্যক্ৰমত ভাগৱত গীতা অন্তৰ্ভুক্ত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।