চীনত ক’ৰণাৰ দ্ৰুত সংক্ৰমণ, ২৪ ঘণ্টাত সংক্ৰমিত ২০ হাজাৰ লোক

 04/06/2022 - 14:16

 

নিউজ ডেস্কঃ চীনত ক’ৰণাৰ দ্ৰুত সংক্ৰমণ। চীনত ২৪ ঘণ্টাত সংক্ৰমিত হৈছে ২০ হাজাৰ লোক। চীনৰ ছাংঘাইত চহৰত লকডাউন সময়সীমা বৃদ্ধি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।