04/06/2022 - 18:06
in
নিউজ ডেস্কঃ বুধবাৰে জনোৱা অনুসৰি এয়াৰ এছিয়াই তেওঁলোকে এই মাহৰ পৰা ভাৰত, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৈতে সংযাগ কৰা বিমান সমূহৰ চলাচল পুনৰ আৰম্ভ কৰিব। দুবছৰ কৰ’না মহামাৰীৰ পিছত, ভাৰতে ২৭মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বিমানৰ নিয়মীয়া চলাচল পুনৰ আৰম্ভ কৰিছে। এক সংবাদ মেলৰ যোগেদি এয়াৰএছিয়াই জনায় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত মুঠ ৬টা পথত বিমান চলাচল পুনৰ আৰম্ভ হ’ব।