কেৰালাত চলি থকা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছত মহিলাৰ ২০০ মিটাৰত হিমা দাসৰ স্বৰ্ণজয়

 04/06/2022 - 20:48

 


নিউজ ডেস্কঃ পুনৰ অসমলৈ সন্মান কঢ়িয়ালে হিমা দাসে। কেৰালাত চলি থকা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছত মহিলাৰ ২০০ মিটাৰত হিমা দাসৰ স্বৰ্ণজয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।