04/07/2022 - 12:44
in
নিউজ ডেস্কঃ শুকুৰবাৰৰ পৰা দেওবাৰলৈ ৰাজ্যত হ’ব পাৰে ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জনায় এই কথা। উল্লেখ্য যে, কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে বিভিন্ন ঠাইত বতৰ ডাৱৰীয়া হৈ আছে।