পেট্ৰ'ল পাম্পত আঁৰি দিলে পোষ্টাৰ, ৫০ টকাৰ তলত ক্ৰয় কৰিব নোৱাৰিব পেট্ৰ'ল-ডিজেল

 04/07/2022 - 13:47

 

নিউজ ডেস্কঃ ৫০টকাৰ তলত পেট্ৰ'ল-ডিজেল ক্ৰয় কৰিব নোৱাৰিব। অত্যধিক দাম বৃদ্ধিৰ ফলত এই জাননী। পেট্ৰ'ল পাম্পত আঁৰি দিলে পোষ্টাৰ। মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা পেট্ৰ'ল পাম্পত লগালে জাননী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।