নগাঁৱত আনন্দ মিশ্ৰৰ স্থানত আৰক্ষী অধীক্ষক হিচাপে কাক নিযুক্তি?

 04/07/2022 - 15:42

 

নিউজ ডেস্কঃ নগাঁৱত আনন্দ মিশ্ৰৰ স্থানত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে লীনা দলেক। বিশ্বনাথৰ আৰক্ষী অধীক্ষক লীনা দলেক নিযুক্তি দিয়া হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।