গেছৰ পৰা পৰিত্ৰাণ পোৱাৰ ৫ টা ঘৰুৱা উপায়

 04/07/2022 - 18:12

 

নিউজ ডেস্কঃ পেটত অত্যাধিক গেছ হোৱাৰ ফলত পেট ফুলি অহাৰ লগতে যি বেদনাদায়ক বিষ অনুভৱ হয় সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। গেছৰ পৰা পৰিত্ৰাণ পোৱাৰ ৫ টা ঘৰুৱা উপায়।

১.খোৱাৰ সময়ত কথা নাপাতিবঃ ২. গৰম পানীত আদা মিহলাই খাব। ৩. মছলা জাতীয় বস্তুৰ পৰা দূৰত থাকিব। ৪. ৰাতিপুৱা যোগ ব্যায়াম কৰিব। ৫.পদীনা খালে গেছৰ পৰা আৰাম পাব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।