দেশত নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা ১,১০৯ জন

 04/08/2022 - 13:04

 

নিউজ ডেস্কঃ দেশত নতুনকৈ পুনৰ ১,১০৯ জন ক’ৰণাত আক্ৰান্ত চিনাক্ত। মৃত্যু ৪৩ জনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।