কেৱল মছজিদেই নহয়, সকলো ধৰ্মীয় অনুষ্ঠানত লাউড স্পীকাৰ বন্ধ, প্ৰশাসনৰ নিৰ্দেশ..

 04/08/2022 - 14:56

 

নিউজ ডেস্কঃ বিগত কিছুদিন ধৰি মছজিদৰ আজানৰ সময়ত ব্যৱহাৰ কৰা লাউড স্পীকাৰক লৈ চলি থকা তীব্ৰ বাক-বিতণ্ডাৰ অন্তত শেহতীয়াকৈ দেশৰ এখন ৰাজ্যৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে শেহতীয়াকৈ সকলো সাৰ্বজনিক আৰু ধাৰ্মিক স্থলীত লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আজমেৰ প্ৰশাসনে এই নতুন নিৰ্দেশনা অহা ৭এপ্ৰিলৰ পৰা প্ৰযোজ্য হৈ আছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।