নিজকে শ্লিম আৰু ফিট ৰাখিব বিচাৰে নেকি?

 04/08/2022 - 17:02

 

নিউজ ডেস্কঃ শ্লিম আৰু ফিট ৰাখিবলৈ আপোনাৰ খাদ্য ৰুটিনত ফল-মূল সংযোগ কৰিব।

 

আৰু ৬০ শতাংশ শাক-পাচলি দৈনিক খাব লাগিব লগতে আহাৰ গ্ৰহণ কৰাৰ পাছক এটাকৈ ফল খাব।

]

ইয়াৰ উপৰিও তেলৰ মাত্ৰা একেবাৰে ক’ম কৰি খাব।

 

এইটো জৰুৰী নহয় যে আপুনি ফাষ্টফুড একেবাৰে এৰি দিব।

 

সপ্তাহত এবাৰকৈ খাব পাৰিব ফাষ্টফুড।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।