অসম তথা উত্তৰ-পূবত দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ল হিন্দী শিক্ষা

 04/08/2022 - 17:29

 


নিউজ ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ল হিন্দী শিক্ষা। অসম তথা উত্তৰ-পূবত দশম শ্ৰেণী পৰ্যন্ত হিন্দী শিক্ষা বাধ্যতামূলক কৰিলে কেন্দ্ৰীয় চৰকাৰে। অমিত শ্বাহৰ ঘোষণা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।