৫ খন ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ

 04/10/2022 - 13:09

 


 নিউজ ডেস্কঃ ৫খন ৰাজ্যত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। মহাৰাষ্ট্ৰ, হাৰিয়ানা, কেৰালা, মিজোৰামত, দিল্লীত পুনৰ বৃদ্ধি কোভিডৰ সংক্ৰম। সতর্কতা বৃদ্ধি কৰিবলৈ ৰাজ্যকেইখনক নির্দেশ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।