আলিয়া-ৰণবীৰৰ ১৭ এপ্ৰিলত বিয়া, বিবাহৰ আনুষ্ঠানিক ঘোষণা ৰণবীৰৰ মাতৃৰ

 04/14/2022 - 14:30

 

নিউজ ডেস্কঃ ১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ’ব আলিয়া ভাট-ৰণবীৰ কাপুৰ। বিবাহৰ আনুষ্ঠানিক ঘোষণা ৰণবীৰৰ মাতৃ নিতু সিঙৰ। আলিয়াৰ মাতৃ-ভগ্নী ৰাওনা হৈছে বিবাহস্থলীলৈ।আজি সম্পন্ন হ’ল মেহেন্দী অনুষ্ঠান। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।