আৰু ধনী হ’ল গৌতম আদানি..

 04/14/2022 - 20:27

 


নিউজ ডেস্কঃ গৌতম আদানিৰ নতুন ইতিহাস। দিনে দিনে অত্যাধিক ধনী হ’বলৈ আৰম্ভ কৰিছে আদানি গ্ৰুপৰ চেয়াৰমেন গৌতম আদানি।

 

১১৮ বিলিয়ন ডলাৰৰ সৈতে গৌতম আদানি বৰ্তমান বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি। আজি গৌতম আদানিয়ে গ’গলৰ প্ৰতিষ্ঠাপক লেৰি পেজ আৰু চাৰজিব্ৰিনক ধন আহৰণৰ ক্ষেত্ৰত পিছ পেলায়।

 

ভাৰতীয় ধনী ব্যক্তি গৌতম আদানি আৰু মুকেশ আম্বানীয়ে বৰ্তমান নিতৌ গঢ়িছে ধনী হোৱাৰ প্ৰতিযোগিতাখনত নিতৌ অভিলেখ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।