নিউজ ডেস্কঃ বিহুৰ বুলি কলেই সাধাৰণতে আমাৰ মনলৈ আহে মঞ্চ বিহুৰ কথা। ১৯৫২ চনৰ লতাশিল খেলপথাৰত আৰম্ভ হোৱা মঞ্চ বিহুৱে আজিৰ তাৰিখতো মানুহৰ মনত সুকীয়া স্থান দখল কৰিছে। বিহুৰ সময়তে অসমৰ সকলো কলা-কুশলীয়ে নিজকে নতুন ৰূপত সজাই তোলে, মঞ্চত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই। সেই সময় এতিয়া সমাগত। অসমৰ কেইগৰাকীমান জনপ্ৰিয় গায়কৰ তেওঁলোকে সংগীত পৰিৱেশন কৰা ঠাই আৰু তাৰিখসমূহ.. জুবিন গাৰ্গ ১৫ এপ্ৰিল- আজাৰা/বৰাগাঁও ১৬ এপ্ৰিল- বঙাইগাঁও ১৭ এপ্ৰিল- লুইতপুৰিয়া ১৮ এপ্ৰিল- ৰঙিয়া ১৯ এপ্ৰিল- চেপন ২০ এপ্ৰিল- শিৱসাগৰ ২১ এপ্ৰিল- বৰচলা তেজপুৰ ২২ এপ্ৰিল- বেলতলা ২৩ এপ্ৰিল- বৰকা ২৪ এপ্ৰিল- শিৱসাগৰ২৫ এপ্ৰিল- ঢেকিয়াজুলি ২৬ এপ্ৰিল- বৰপেটা ২৮ এপ্ৰিল- নামৰূপ ২৯ এপ্ৰিল- গোলাঘাট ৩০ এপ্ৰিল- শিৱসাগৰ প্ৰিয়ংকা ভৰালী ১৫ এপ্ৰিল- নুনমাটি ১৬ এপ্ৰিল- লতাশিল/ খাৰঘুলি ১৭ এপ্ৰিল- গোৱালপাৰা ১৮ এপ্ৰিল- জাগিৰোড ১৯ এপ্ৰিল- তিনিচুকীয়া ২০ এপ্ৰিল- ঘগ্ৰাপাৰা ২১ এপ্ৰিল- চেঙা ২২ এপ্ৰিল- যোৰহাট ২৪ এপ্ৰিল- তেজপুৰ ২৫ এপ্ৰিল- মিছা ২৬ এপ্ৰিল- মৰিগাঁও
২৭ এপ্ৰিল- জাগিৰোড দেওশাল ২৮ এপ্ৰিল- মৰিগাওঁ
ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কোন প্ৰান্তত কোনগৰাকী শিল্পী...
Primary tabs
04/15/2022 - 14:19
in