বিগত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত ৯৭৫ গৰাকী

 04/16/2022 - 13:24

 

নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত ৯৭৫ গৰাকী লোক নতুনকৈ ক’ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে। বৰ্তমান ১১হাজাৰ ৩৬৬গৰাকী ৰোগী চিকিতসাধীন হৈ আছে। চীনৰ প্ৰায় ১কোটি লোক পুনৰ আক্ৰান্ত হৈছে ক’ৰনাত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।