আজি হনুমান জয়ন্তী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যজমান হিচাপে পঢ়িব হনুমান চালিচা

 04/16/2022 - 13:32

 


নিউজ ডেস্কঃ আজি হনুমান জয়ন্তী। হনুমান জীক তেওঁৰ প্ৰিয় খাদ্য আগবঢ়ালে ভক্তসকলৰ ইচ্ছা পূৰণ কৰে। কষ্ট জীৱনৰ পৰা আঁতৰ কৰা হয়।

 

উন্নতিৰ পথ মুকলি হয়। হনুমান জয়ন্তী উপলক্ষে গুৱাহাটীতো ভক্তসকলে গুৱাহাটীৰ হনুমান মন্দিৰত পূজা অৰ্চনা কৰে।

 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যজমান হিচাপে পঢ়িব হনুমান চালিচা। আধ্যাত্মিক গুৰু কেশব মহাৰাজজীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ বৰলুইতৰ পাৰত ১৬ আৰু ১৭ এপ্ৰিলত দুদিনিয়াকৈ উদযাপিত হব হনুমান জয়ন্তী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।