আজি ১০৮ ফুট উচ্চতাৰ হনুমানৰ প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

 04/16/2022 - 17:50

 


নিউজ ডেস্কঃ আজি হনুমান জয়ন্তী। গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে ১০৮ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি। হনুমানৰ এই প্ৰতিমূৰ্তিটো গুজৰাটৰ মুৰবীত স্থাপন কৰা হৈছে। এই প্ৰতিমূৰ্তিটো উদঘাটন কৰি প্ৰধানমন্ত্ৰীয়ে কয়- দেশবাসীলৈ হনুমান জয়ন্তীৰ শুভকামনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।