তামিলনাডুত বি আৰ আম্বেদকাৰৰ নিৰ্মাণ কৰা হ’ব ব্ৰঞ্জৰ মূৰ্তি

 04/17/2022 - 16:38

 


নিউজ ডেস্কঃ তামিলনাডু চৰকাৰৰ ডাঙৰ সিদ্ধান্ত৷ দেশত সংহতি ৰক্ষাৰ অৰ্থে ১৪ এপ্ৰিলৰ দিনটোত সংহতি দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত৷ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল বি আৰ আম্বেদকাৰে৷ দেশৰ একতা আৰু সংহতিৰ প্ৰতি বি আৰ আম্বেদকাৰে সদাই গুৰুত্ব পূৰণ কৰিছিলে৷ সেইয়ে বি আৰ আম্বেদকাৰৰ সোঁৱৰণত তামিল নাডুৰ মুখ্যমন্ত্ৰী এম কে স্কেলিনৰ এই ঘোষণা৷ তামিলনাডুত বি আৰ আম্বেদকাৰৰ এটা ব্ৰঞ্জৰ মূৰ্তিও স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।