মছজিদত লাউডস্পীকাৰ বজাবলৈ হ'লে ল'ব লাগিব চৰকাৰৰ অনুমতি...

 04/20/2022 - 19:30

 

নিউজ ডেস্কঃ ৩ মে’ৰ ভিতৰত মজজিদৰ পৰা লাউড স্পীকাৰ আতঁৰাবলৈ হুংকাৰ দিছিল। মছজিদত লাউডস্পীকাৰ বজাবলৈ হ'লে ল'ব লাগিব চৰকাৰৰ অনুমতি। মহাৰাষ্ট্রত মছজিদত আজানৰ বাবে লাউডস্পীকাৰ ব্যৱহাৰৰ অনুমতি ল'বলৈ আহ্বান। মহাৰাষ্ট্রৰ জমিয়ত-উলেমা-ই-হিন্দৰ সচিবৰ আহ্বান। সোমবাৰে মহাৰাষ্ট্রৰ গৃহ বিভাগে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।