মহাৰাষ্ট্ৰত একেদিনাই ১৬২ গৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ

 04/20/2022 - 20:36

 

নিউজ ডেস্কঃ দেশত পুনৰ বাঢ়িছে ক'ভিড সংক্ৰমণ। মহাৰাষ্ট্ৰত একেদিনাই ১৬২ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।