ভাল খবৰ! এতিয়াৰে পৰা কাম কৰাৰ পিছত ঠিকাদাৰসকলে বিলৰ বাবে অপেক্ষা কৰিব নালাগে...

 04/21/2022 - 15:50
 
 
নিউজ ডেস্কঃ ভাল খবৰ! এতিয়াৰে পৰা কাম কৰাৰ পিছত ঠিকাদাৰসকলে বিলৰ বাবে অপেক্ষা কৰিব নালাগে। ২৪ ঘণ্টাৰ বেছি সময় লগাব নালাগে, সৰ্বাধিক ৪৮ ঘণ্টাত ধন মোকলাই দিয়াৰ নিৰ্দেশ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।