১১ মে’ৰ পিছত ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল

 04/23/2022 - 13:27
 
 
নিউজ ডেস্কঃ ১১ মে’ৰ পিছত আপুনি ৰেকৰ্ড কৰিব নোৱাৰিব ফোন কল!এণ্ড্ৰইড ফোনত উপলব্ধ ন’হব ফোন ৰেকডিংৰ সুবিধা। গুগলৰ বৃহৎ সিদ্ধান্ত। গুগল প্লে ষ্টোৰত আপুনি লাভ নকৰিব ফোন ৰেকডিং এপ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।