04/23/2022 - 19:29
in
নিউজ ডেস্কঃ মূল্যবৃদ্ধি জুৰুলা কৰা জনতাক আন এক ৰামটাঙোন৷ ২৮ এপ্ৰিলৰ পিছত বৃদ্ধি হ'ব পাৰে খোৱা তেলৰ দাম৷ইণ্ডোনেছিয়াৰ বাবেই ভাৰতত বৃদ্ধি পাব খোৱা তেলৰ দাম৷ ২৮ এপ্ৰিলৰ পিছৰ পৰা ইণ্ডোনেছিয়াই যোগান নধৰে পাম অইল৷