04/25/2022 - 14:31
in
নিউজ ডেস্কঃ দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা। কেনেদৰে প্ৰশ্নকাকত ফাদিল হ’ল সেয়া এক ডাঙৰ ৰহস্য। এই প্ৰশ্ন কাকতৰ ফটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। পূৰ্বৰ দৰে এইবাৰো এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে নেকি তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।