04/25/2022 - 18:59
in
নিউজ ডেস্কঃ জামিন লাভ কৰাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ মিৱানী৷এইবাৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিগনেছ মিৱানীক৷প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক লৈ কৰা টুইটকৈ লৈ কোকোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মিৱানীক৷তাৰ পিছতে আজি জামিন লাভ কৰি পুনৰ অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ মিৱানী৷