AGPত যোগদানৰ চৰ্চাৰ মাজতেই ৰকিবুল হুছেইনৰ মন্তব্য- 'মই কংগ্ৰেছ ত্যাগ নকৰো'

 04/26/2022 - 13:43
 
 
 
নিউজ ডেস্কঃ মই কংগ্ৰেছ ত্যাগ নকৰো' AGPত যোগদানৰ চৰ্চাৰ মাজতেই ৰকিবুল হুছেইনৰ মন্তব্য।কংগ্ৰেছৰ কথা মাৰ্কেটত চৰ্চিত হৈ আছে কাৰণে এনেবোৰ কথা ওলাই আছে। AGP ৰ কোনো নেতাই মোৰ সৈতে যোগাযোগ কৰা নাই, মইয়ো  AGP ৰ সৈতে যোগাযোগ কৰা নাই। অগপত যোগদান কৰাৰ কথা নসাৎ ৰকিবুল হুছেইনৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।