দেশত বিগত ২৪ ঘণ্টাত ৩,৩০৩ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

 04/28/2022 - 13:15
 
 
নিউজ ডেস্কঃ ভাৰতত এদিনতে ক’ভিডত আক্ৰান্ত ৩,৩০৩ জন। মৃত্যুৰ সংখ্যা ৩৯ জন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।