নৱমবাৰৰ বাবে কঠোৰ লকডাউন এখন চহৰত..

 04/28/2022 - 14:58
 
 
 
নিউজ ডেস্কঃ দেশখনৰ দক্ষিণ-পশ্চিম সীমাস্থিত ৰুইলী নামৰ এখন সৰু চহৰত এতিয়ালৈকে নৱমবাৰৰ বাবে আৰোপ কৰা হ’ল কঠোৰ লকডাউন। এই চহৰখন চীন আৰু ম্যানমাৰৰ মাজৰ ব্যৱসায়ৰ মূল কেন্দ্ৰ। কিন্তু এতিয়া চহৰখন স্তব্ধ, কিয়নো কেইবা সপ্তাহ ধৰি প্ৰযোজ্য হৈ থকা লকডাউনৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে। এই কাৰণৰ বাবেই এতিয়া ২ লাখ লোকে চহৰ এৰিবলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।