আজি বলিউডৰ অভিনেতা ইৰফান খানৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী

 04/29/2022 - 14:27
 
 
 
নিউজ ডেস্কঃ আজি অভিনেতা ইৰফান খানৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী৷ এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক আছিল। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে। এওঁক শ্ৰদ্ধাৰে প্ৰণাম৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।