কাইলৈ বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ

 04/29/2022 - 20:10
 
 
নিউজ ডেস্কঃ কাইলৈ বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্ববাসী। কিমান বজাৰ পৰা কিমান বজালৈ থাকিব গ্ৰহন ? ৩০ এপ্ৰিলৰ মাজনিশা ১২.১৫ বজাত আৰম্ভ হ’ব সূৰ্যগ্ৰহণ।এয়া হ’ব আংশিক সূৰ্যগ্ৰহণ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।