by PratibimbaLive 05/02/2022 - 14:48 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ ক’ভিড ডেকচিন সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নির্দেশনা৷ কোনেও বাধ্য কৰাব নোৱাৰিব ডেকচিন ল'বলৈ! ডেকচিন নোলোৱা লোকক ৰাজহুৱা স্থানত বাধা দিব নোৱাৰিব৷ প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।