অৰুণাচলত মুকলি হ’ল 3D চলচ্চিত্ৰ গৃহ

 05/02/2022 - 18:47

 

 

নিউজ ডেস্কঃ অৰুণাচলত স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ মুকলি হ’ল 3D চলচ্চিত্ৰ গৃহ। নাহৰলগুনৰ কেপিটেল কমপ্লেক্সত নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰগৃহ। আজি এই চিনেমা হলটো উদ্বোধন কৰে ৰিনচিন কাৰু ৰিজিজুৱে। কাইলৈৰ পৰা ৩০০ আসন বিশিষ্ট চিনেমা হলটোত বহি উপভোগ কৰিব পাৰিব দেশ-বিদেশৰ চিনেমা। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।