বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

 05/12/2022 - 17:45

 


নিউজ ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী৷ ১৫ মে’ পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।