দিল্লীৰ পৰিৱেশ মন্ত্ৰীৰ ঘোষণা....

 05/14/2022 - 16:57

 

নিউজ ডেস্কঃ ১ জুনৰ পৰা নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক৷ দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰাইৰ এই ঘোষণা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।