কৰিঅ'গ্ৰাফাৰ তুষাৰ কালিয়াৰ সৈতে অসমৰ মডেল ত্ৰিবেণী বৰ্মনৰ engagement, তুষাৰে অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিলে ফটো

 05/16/2022 - 19:49

 


নিউজ ডেস্কঃ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ তুষাৰ কালিয়াৰ সৈতে অসমৰ মডেল ত্ৰিবেণী বৰ্মনৰ engagement । তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ত্ৰিবেণীৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে। ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ২৮বছৰীয়া ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।