কাইলৈ দুখীয়া-দৰিদ্ৰৰ একাউণ্টত সোমাব ৩২,৫০০ টকা, ৫ লাখ ১০ হাজাৰ লোকে লাভ কৰিব এই ধন

 05/18/2022 - 14:05
 
 
নিউজ ডেস্কঃ কাইলৈ দুখীয়া-দৰিদ্ৰৰ একাউণ্টত সোমাব ৩২,৫০০ টকা৷ ৫ লাখ ১০ হাজাৰ লোকে লাভ কৰিব এই ধন৷ প্ৰতিগৰাকী হিতাধিকাৰীয়ে সৰ্বমুঠ লাভ কৰিব ১ লাখ ৫০ হাজাৰ টকা৷প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথমটো কৃষ্টি লাভ কৰিব হিতাধিকাৰীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।