দেশত নতুনকৈ ১,৮২৯ গৰাকীৰ দেহত ক’ৰণা ভাইৰাছ

 05/18/2022 - 15:03
 
 
নিউজ ডেস্কঃ দেশত ১,৮২৯ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ৷ ২৪ ঘণ্টাত ৩৩ জনৰ মৃত্যু৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।