ৰেড কাৰ্পেটৰ পৰা চেলফি আপলোড কৰিলে আৰ মাধৱনে

 05/18/2022 - 16:52
ৰেড কাৰ্পেটৰ পৰা চেলফি আপলোড কৰিলে আৰ মাধৱনে
ৰেড কাৰ্পেটৰ পৰা চেলফি আপলোড কৰিলে আৰ মাধৱনে৷ ভাৰতীয় চলচ্চিত্ৰ জনপ্ৰিয় অভিনেতা নাৱাজ উদ্দিন ছিদ্দিক আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰক দেখা গ’ল এই চেলফিত৷ কান ফ্লিম ফেচটিভেলত ৰঙা কাৰ্পেটৰ ওপৰত এনেদৰে দেখা গ’ল ভাৰতীয় প্ৰতিনিধিসকলক৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।