পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰি সেৱা

 05/19/2022 - 14:06
 
 
 
নিউজ ডেস্কঃ আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰি সেৱা। বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্থৰ কিছু হ্ৰাস পোৱাৰ বাবে ফেৰী চলাচলৰ অনুমতি দিয়া হৈছিল। ব্ৰহ্মপুত্ৰ জলস্থৰ বৃদ্ধি হৈ থকাৰ বাবেই পুনৰ এই সিদ্ধান্ত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।