পুনৰ বৃদ্ধি ক'ৰণাৰ সংক্ৰমণ

 05/19/2022 - 14:31
 
 
নিউজ ডেস্কঃ পুনৰ ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি৷ এদিনৰ ভিতৰতে ক’ভিডৰ সংক্ৰমণৰ ৩০ শতাংশ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ দেশত ২৩৬৪ গৰাকী লোক নতুনকৈ ক’ৰণাত আক্রান্ত হৈছে৷ আনহাতে এই সময়ছোৱাত ১০ জন লোকৰ মৃত্যু হয়। ১৮২৯ জন লোকৰ দেহত ধৰা পৰে ক’ৰণা সংক্ৰমণ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।