পুনৰ বৃদ্ধি ক'ৰণাৰ সংক্ৰমণ

 05/19/2022 - 14:31
 
 
নিউজ ডেস্কঃ পুনৰ ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি৷ এদিনৰ ভিতৰতে ক’ভিডৰ সংক্ৰমণৰ ৩০ শতাংশ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ দেশত ২৩৬৪ গৰাকী লোক নতুনকৈ ক’ৰণাত আক্রান্ত হৈছে৷ আনহাতে এই সময়ছোৱাত ১০ জন লোকৰ মৃত্যু হয়। ১৮২৯ জন লোকৰ দেহত ধৰা পৰে ক’ৰণা সংক্ৰমণ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.