05/20/2022 - 15:36
in
নিউজ ডেস্কঃ SBIৰ ৬৪১টা পদৰ বাবে ওলাইছে চাকৰি। চেনেল মেনেজাৰৰ ফেচিলিটেটৰ পদত ৫০৩ টা পদ। ছাপৰ্ট অফিচাৰৰ বাবে ৮ টা পদ। অন্য চাকৰিৰ পৰা অৱসৰ লোৱা লোকে কৰিব পাৰে আৱেদন। ৬০ বছৰৰ পৰা ৬৩ বছৰ বয়সীয়া লোকে আৱেদন কৰিব পাৰে।