by PratibimbaLive 05/20/2022 - 17:12 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিবহণ আইন অনুসৰি আইএছআই মাৰ্ক থকা হেলমেট নহ’লে ভৰিব লাগিব 2,000 টকা পৰ্যন্ত জৰিমনা। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।