‘অসমত পাকিস্তানৰ সমৰ্থক আছে' অঞ্চলবোৰত মাজে মাজে পাকিস্তানী পতাকা উৰে’- পীয়ুষ

 05/22/2022 - 14:07
 
 
নিউজ ডেস্কঃ ‘অসমত পাকিস্তানৰ সমৰ্থক আছে' অঞ্চলবোৰত মাজে মাজে পাকিস্তানী পতাকা উৰে’ ‘এনেবোৰ অঞ্চলৰ পৰাই পাকিস্তান জিন্দাবাদ ধ্বনি আহে’। এই মন্তব্য পীয়ুষ হাজৰিকাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।