05/28/2022 - 19:44
in
কামপুৰঃ কামপুৰৰ কাকতিগাঁৱত আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। বানপ্ৰীড়িতৰ মাঝত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে আমচুৰ সভাপতি জনে।
বান সাহাৰ্য বিতৰণত বিজেপি চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ চৰকাৰৰ। বানপ্ৰীড়িতক সাহাৰ্য প্ৰদানৰ দাবী। বটদ্ৰবা কাণ্ডৰ সকলো অভিযুক্তক শাস্তি দিয়াৰ আহ্বান। বৃহৎ নদী বান্ধৰ বিৰোধিতা।